Wednesday, May 31, 2023
HomeAssameseলাইপুলি ব্ৰিগেডৰ অন্তৰ্গত ১৮ গাৰৱালছ ৰাইফলছৰ চেৰী গোহাঁইক সম্বৰ্ধনা

লাইপুলি ব্ৰিগেডৰ অন্তৰ্গত ১৮ গাৰৱালছ ৰাইফলছৰ চেৰী গোহাঁইক সম্বৰ্ধনা

লাইপুলি ব্ৰিগেডৰ অন্তৰ্গত ১৮ গাৰৱালছ ৰাইফলছৰ চেৰী গোহাঁইক সম্বৰ্ধনা

মঙ্গলবাৰে তিনিচুকীয়াৰ ৰঙাগৰা পথ স্থিত ৱিমেনছ কলেজত লাইপুলি ব্ৰিগেডৰ অন্তৰ্গত ১৮ গাৰৱালছ ৰাইফলছৰ ৰ দ্বাৰা উচ্চতৰ মাধ্যমিক কলা শাখাত ২০২২বৰ্ষত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত চেৰী গোহাঁইক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত ১৮ গাৰৱালছ ৰাইফলছৰ মেজৰ চিৰাগ ৰানা , কেপ্তেইন সাহিল ক’ল ৰ লগতে ৱিমেনছ কলেজৰ অধ্যক্ষ ডঃ ৰাজীৱ বৰদলৈ কলেজৰ ছাত্ৰী সকল উপস্থিত থাকে । লাইপুলি ব্ৰিগেডৰ অন্তৰ্গত ১৮ গাৰৱালছ ৰাইফলছৰ এই সম্বৰ্ধনা অনুষ্ঠানত চেৰী গোহাঁইক এখনি অসমীয়া ফুলাম গামোচাৰ লগতে মাননিৰে সন্মানিত কৰা হয়।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments