ল’ক ডাউনক লৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

0
414

ল’ক ডাউনক লৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

খানাপাৰাৰ অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত ল’ক ডাউনক লৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল আয়োজন কৰা হয়৷  ল’ক ডাউন সন্দৰ্ভত মন্তব্য কৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে।
 লক ডাউন শিথিল নহয় ৷ লক ডাউনৰ নিয়ম মানিবই লাগিব ৷ নামানিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ 
 মাস্ক পিন্ধিবই লাগিব। মিছা মাতি লকডাউনত ওলাই অহাসকল আৰক্ষীৰ ৰোষৰ বলি হ’ব বুলিও তেওঁ সকীয়াই দিয়ে
যিসকল গুৱাহাটীত কৰ্তব্যৰত কৰ্মচাৰী গাঁৱত আবদ্ধ হৈ আছে, তেওঁলোক তিনি মে’লৈ আবদ্ধ হৈ থকা অঞ্চলতে থাকিব লাগিব।আবদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকক ঘৰলৈ যাবলৈ  এদিনৰ বাবে সুবিধা দিয়া হ’ব।
পিক পেলোৱা বা ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলে ২৬৯/২৭০ IPCৰ অধীনত গোচৰ লোৱা হ’ব।

 

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here