যোগ গুৰু ৰাম দেৱৰ সংবাদমেল

0
345

যোগ গুৰু ৰাম দেৱৰ সংবাদমেল

যোগ গুৰু তথা পতঞ্জলীৰ প্ৰতিষ্ঠাপক ৰাম দেৱে শুকুৰবাৰে ৰাজধানী চহৰ দিল্লীত এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত পতঞ্জলীৰ সামগ্ৰী সমূহৰ প্ৰচাৰ কৰাৰ উপৰিও দেশৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বহুকেইটা বিশেষ মন্তব্য দিয়ে বাবা ৰাম দেৱে। ছাত্ৰসকললৈ ৰাম দেৱৰ আহ্বান ছাত্ৰসকলে শিক্ষা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত।
স্বাধীনতাৰ শ্লোগান দিয়া উচিত নহয়- বাবা ৰাম দেৱ
“আন্দোলন আদি কাৰ্য ৰাজনৈতিক দলসমূহৰ ওপৰত এৰি দিয়া উচিত”
“দেশ আত্ম নিৰ্ভৰশীল হ’ব লাগিব”
“প্ৰতিটো সামগ্ৰী নিজ ভূমিত উৎপাদন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত”
“মূল্য বৃদ্ধি, নিবনুৱা সমস্যা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে”
“উত্তৰ-পূৰ্বাঞ্চল তথা উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ কৃষক সকলে কৃষিকৰ্মক আৰু অধিক শক্তিশালী কৰি তোলাৰ আহ্বান ৰাম দেৱৰ”।

National desk NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here