মেঘালয় আৰু ঝাৰখণ্ডত  নতুন বিধেয়ক

0
1127

 

মেঘালয় আৰু ঝাৰখণ্ডত  নতুন বিধেয়ক
Newsdesk Ne india; মেঘালয়ৰ খাছী পাহাৰৰ স্বায়ত্বশাসিত পৰিষদে মেঘালয়ৰ যুৱতীসকলৰ বাবে এক নতুন বিধেয়ক গৃহীত কৰিছে ৷ বিধেয়ক খনত উল্লেখ কৰিছে যে খাছী যুৱতী সকলে আন জাতি জনজাতিৰ যুৱকৰ লগত  বিবাহ হলে তেওঁলোকে নিজ জাতিৰ মৰ্যাদা হেৰুৱাব লাগিব আৰু লগতে জনজাতিৰ সকলো সা-সুবিধাৰ পৰাও বঞ্চিত কৰা হব ৷ আনহাতে ঝাৰখাণ্ড চৰকাৰেও ঝাৰখাণ্ডৰ যুৱতীসকললৈ এক অধ্যাদেশ জাৰি কৰিবলৈ উলাইছে যে জনজাতি ছোৱালীয়ে অ জনজাতি লৰালৈ বিবাহ হলে জনজাতিৰ বাবে সংৰক্ষিত মাটিৰ মালিকীস্বত্ব হেৰুৱাব লাগিব  ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here