মেঘালয়ত ভূমিস্খলনত নিহত দুগৰাকী মহিলা ক্ৰিকেটাৰ

0
167

মেঘালয়ত ভূমিস্খলনত নিহত দুগৰাকী মহিলা ক্ৰিকেটাৰ

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত হেৱা ভূমিস্খলনৰ ফলত মৃত্যু হৈছে দুগৰাকী মহিলা ক্ৰিকেটাৰৰ মৃত্যু হোৱা লগতে তিনিগৰাকী সন্ধানহীন হৈ পৰিছে।ছয়দিন ধৰি ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই এই ভূমিস্খনৰ ঘটনা সংঘটিত হৈছিল।
ক্ৰিকেটাৰ ৰাজিয়া আহমেদ আৰু ফিৰোজা খানৰ মৃতদেহ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে। ৰাজিয়া আহমেদে ৰাজ্যখনৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল।

News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here