মেঘালয়ৰ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান লাভ কৰা মহিমা সিনহাক সম্বৰ্দ্ধনা জ্ঞাপন

0
47

মেঘালয়ৰ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান লাভ কৰা মহিমা সিনহাক সম্বৰ্দ্ধনা জ্ঞাপন

উচ্চতৰ মাধ্যমিক ক’লা বিভাগত  মেঘালয়ত প্ৰথম স্থান লাভ কৰা অসম জীয়ৰী  মহিমা সিনহাক পাথাৰকান্দিত সম্বৰ্দ্ধনা জ্ঞাপন কৰিলে কেবাটাও সংগঠনে ।মেঘালয়ৰ 2020 বৰ্ষৰ উচ্চমাধ্যমিক পৰীক্ষাৰ কলা বিভাগত চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম জীয়ৰী মহিমা সিনহাই ।
মহিমা সিনহাৰ এই কৃতিত্বৰ বাবে পাথাৰকান্দিৰ ৰবিন্দ্ৰ ভৱনত সৈনিক ক্লাব,বিষ্ণুপ্রিয়া মনিপুৰী ইয়ং বিগ্রেড আৰু হিউমেনিটি ফাউনেডেশন সহ কেবাটাও সংঘটনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

https://youtu.be/NT-lCxDCybM?t=7

পাথাৰকান্দি,তপন কুমাৰ ৰয়,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here