মেঘালয়ত  ক’ভিড-১৯ ৰোগী চিনাক্ত

0
90
Coronavirus

মেঘালয়ত  ক’ভিড-১৯ ৰোগী চিনাক্ত

মেঘালয়ৰ বেথানী হাস্পতালৰ এজন চিকিৎসক ক’ৰনা পজিটিভ বুলি চিনাক্ত হৈছে। ৰাজ্যখনত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যবাসীক আতংকিত নহ’বলৈ কৈ ঘৰত সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে। লগতে বেথানী হাস্পতালত ২২মাৰ্চত বা তাৰ পিছত যোৱা লোকসকলক তাৎক্ষণিকভাৱে ১০৮নম্বৰত ফোন কৰি বা চৰকাৰী ৱেবছাইটত লগ ইন কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।চিকিৎসালয়ত কৰ্মৰত চিকিৎসক, তেওঁলোকৰ পৰিয়াল, স্বাস্থ্যকৰ্মী আৰু এতিয়ালৈ হাস্পতাললৈ অহা ৰোগীসকলৰ ক’ৰনা পৰীক্ষা কৰোৱা হ’ব।
News Desk, Ne India.

LEAVE A REPLY

Please enter your comment!
Please enter your name here