মেঘালয়ত কংগ্ৰেছ এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে 

0
870

 

News desk Neindia: মেঘালয়ত কংগ্ৰেছৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ পদত্যাগ ৷লাপাঙৰ পদত্যাগে মেঘালয় কংগ্ৰেছত নমাই আনিছে ধুমুহা ৷প্ৰায় চাৰিটা দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী জন ৷মেঘালয়ত চাৰিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈছিল লাপাঙ ৷দলত জেষ্ঠ্য জনক সন্মান নিদিয়াৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ ৷এই সম্পৰ্কে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here