মূল্য বৃদ্ধি পেৰাচিটামল ঔষধৰ

0
376

মূল্য বৃদ্ধি পেৰাচিটামল ঔষধৰ

চীনৰ কৰ’ণা ভাইৰাছে প্ৰভাৱ পেলালে ভাৰততো। ভাৰতত বৃদ্ধি পালে কেইবাবিধ ঔষধৰ দাম। ৪০ শতাংশকে দাম বৃদ্ধি পেৰাচিটামল ঔষধৰ। দুই-এদিনৰ ভিতৰতে অধিক হাহাকাৰ লাগিব ৰোগীৰ মাজত। হাস্পতাল, ফাৰ্মাছিতো এই ঔষধসমুহৰ নাটনি হোৱাৰ দিশে। ৮০ শতাংশ ঔষধ চীনৰ পৰা আমদানি কৰে ভাৰতে। চীনত উৎপাদন বন্ধ হৈ পৰাত এই ওষধৰ নাটনি।

News desk, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here