Monday, March 20, 2023
HomeAssameseমুষলধাৰ বৰষুণৰ ফলত কৰিমগঞ্জ চহৰত অঘটন

মুষলধাৰ বৰষুণৰ ফলত কৰিমগঞ্জ চহৰত অঘটন

মুষলধাৰ বৰষুণৰ ফলত কৰিমগঞ্জ চহৰত অঘটন

কৰিমগঞ্জ চহৰৰ অগ্নি-নিৰ্বাপক বাহিনীৰ আস্থানৰ সম্মুখত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । চলন্ত অট’ত গছ বাগৰি পৰি থিতাতে মৃত্যু অট’চালকৰ ।
মৃত অট’চালক গৰাকীৰ নাম আজহাৰ উদ্দিন, ঘৰ নিলামবজাৰৰ তালতলাত |

উল্লেখ্য যে , বিগত কেইবাদিন ধৰি অবিৰত ভাৱে বৰষুণ দি আছে কৰিমগঞ্জত |

হীৰক বণিক, কৰিমগঞ্জ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments