মুম্বাইৰ হোটেল তাজ উৰুৱাই দিয়াৰ ভাবুকি পাকিস্তানৰ

0
187

মুম্বাইৰ হোটেল তাজ উৰুৱাই দিয়াৰ ভাবুকি পাকিস্তানৰ

ফোনকল যোগে  মুম্বাইৰ বিখ্যাত হোটেল তাজ উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ বাতৰি আহিছে। বাতৰি অনুসৰি, এই ফোনকল  মাজনিশা ১২.৩০বজাত পাকিস্তানৰ পৰা কৰা হৈছিল পাকিস্তানৰ পৰা অহা এনে ভাবুকিৰ পাছতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ফোনকল কৰা ব্যক্তিজনে নিজকে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই তৈবাৰ সদস্য বুলি পৰিচয় দিছিল। ফোনকল কৰা ব্যক্তিজনে কয় যে ২০০৮চনত  দৰে তেওঁলোকৰ লোকৰ  হোটেলখনত আক্ৰমণ চলোৱা হ’ব।
News Desk, Ne India.

LEAVE A REPLY

Please enter your comment!
Please enter your name here