মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হিচাবে নিযুক্তি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা
ৰাজ্যিক সভাৰ সাংসদ তথা ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ Core Committee ৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক সচিব হিচাবে নিয়োগ। পূৰ্বৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰীত্বৰ পদ লাভ কৰাৰ পিচৰে খালী হৈ থকা পদটোত পবিত্ৰ মাৰ্ঘেৰিটাক মঙ্গলবাৰে নিযুক্তি প্রদান কৰা হ’য়।
News Desk, Ne India News