মুকলি হল গিৰনাৰ ৰোপ-ৱে

0
207

মুকলি হল গিৰনাৰ ৰোপ-ৱে

মহাঅষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত তিনিটা অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিও কনফাৰেঞ্চিংৰ যোগেৰে গিৰনাৰৰ ৰোপ-ৱে প্ৰকল্পৰ শুভ উদ্বোধনো কৰে । লগতে প্ৰধানমন্ত্ৰীয়ে কৃষকৰ বাবে ‘সুৰ্যোদয়’ আচনিৰো শুভাৰম্ভ কৰে । ইয়াৰ জৰিয়তে কৃষকে শস্যৰোপনৰ দিনৰ বাবে বিজুলী লাভ কৰিব । লগতে প্ৰধানমন্ত্ৰীয়ে পেডিয়ট্ৰিক চিকিৎসালয়ৰো শুভ উদ্বোধন কৰে ।
গিৰনাৰৰ ৰোপ-ৱে মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় ,গিৰনাৰ পৰ্বতত মা অম্বে বিৰাজমান । গোৰখনাথৰ শিখৰ ও বিৰাজমান । গুৰু দত্তাৰেয়ৰ শিখৰ বিৰাজমান । জৈন মন্দিৰো বিৰাজমান । ইয়াৰ চিৰি শিখৰ দৰ্শন কৰিলে এক অদ্ভুত অনুভৱ অনুভুত হয় । বিশ্বস্তৰৰ ৰোপ-ৱে শুভাৰম্ভ হোৱাৰ লগে লগে সকলোৰে সুবিধা হব , দৰ্শনৰ সুযোগ লাভ কৰিব ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here