মাৰ্ঘেৰিটা স্থাপন হ’ব বৃহৎ চাওলুং চুক্যাফা প্রতিমূর্তি

0
142

মাৰ্ঘেৰিটা স্থাপন হ’ব বৃহৎ চাওলুং চুক্যাফা প্রতিমূর্তি

অসম দিৱসৰ প্ৰৱিত্ৰ দিনটোত মাৰ্ঘেৰিটাত চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি স্থাপনৰ ভূমি পূজন । মাৰ্ঘেৰিটা মহকুমা হিলভিউত বিহৎ চুক্যাফা প্রতিমূর্তি স্থাপনৰ কৰা হ’ব। আজি মাৰ্ঘেৰিটা মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে আজিৰ ভূমি পূজন কাৰ্যসূচী শুভাৰম্ভ কৰে। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নিজৰ পুজিৰে চুক্যাফা প্ৰতিমূৰ্তি স্থাপন কৰা হব বুলি তেখেতেৰ প্ৰতিনিধি দিচেন টিপমিয়া সংবাদমাধ্যমৰ আগত জানিবলৈ দিছে।

https://youtu.be/6zgz5axA3xk

মাৰ্ঘেৰিটা,বাবা নেওগ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here