মাৰ্ঘেৰিটা এছ ডি পিঅ’ৰ নেতৃত্বত মাৰ্ঘেৰিটাত বৃহৎ তেল ভান্ডাৰ পুনৰুদ্ধাৰ
ডিগবৈ তেল চোৰ ঘাটিত আৰক্ষীৰ অভিযান ।
মাৰ্ঘেৰিটাৰ মহকুমাৰ আৰক্ষী বিষয়া হেমন্ত বড়োৰ নেতৃত্বত চলা অভিযানত ডিগবৈ বিভিন্ন প্ৰান্তৰ টিংৰাই, গোলাইৰ আদি অঞ্চলৰ পৰা
তেল চোৰৰ ব্যৱসায়ত জড়িত বিপিন ৰাজকোঁৱৰ , ত্ৰিদিপ হাজৰিকা, আৰু ভগৱান শ্বাহ ৰ ঘাটিত অভিযান চলাই।
বিপিন ৰাজকোঁৱৰ আৰু ত্ৰিদিপ হাজৰিকাক আটক আৰক্ষীৰ । কিন্তু
ভগৱান শ্বাহ পলাতক ।
তিনিওটা ঘাটিৰ পৰা বৃহৎ পৰিমানৰ তেল, তেল চোৰ কাৰ্যত ব্যৱহৃত বহু সামগ্ৰী, ড্ৰাম জব্দ কৰে আৰক্ষীয়ে ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News