মাৰ্ঘেৰিটা আন্ঞ্চলিক AASU ৰ কয়লা ক্ষেত্ৰৰ মুক্ত খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

0
67

মাৰ্ঘেৰিটা আন্ঞ্চলিক AASU ৰ কয়লা ক্ষেত্ৰৰ মুক্ত খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

সমগ্ৰ ভাৰতবৰ্ষত লক ডাউন চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে পূবৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খনৰৰ অনুমতি প্ৰদান কৰাত সামাজিক মাধ্যমত গণ আন্দোলন গঢ়ি উঠাৰ সমান্তৰালকৈ এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । আজি মাৰ্ঘেৰিটা আন্ঞ্চলিক ছাত্ৰ সন্থাই উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাস্থ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে ফেষ্টুন লৈ বৰ্ষাৰণ্যখনত মুক্ত খনন চলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

https://youtu.be/drTaoCbbqWI?t=1

বাবা নেওগ,মাৰ্ঘেৰিটা, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here