মাৰ্ঘেৰিটাত ৰেলৰ খুন্দাত মহিলাৰ মৃত্যু

0
791
মাৰ্ঘেৰিটাৰ মাকুম পথাৰত এক  শোকাবহ  দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনা অনুসৰি লিডু – ডিব্ৰুগড় অভিমুখী ডেম ‘ ট্ৰেইনৰ খুণ্ডাত মাকুম পথাৰৰ নিবাসী অৱন্তী কোঁৱৰ নামৰ এগৰাকী ৫৫ বছৰীয়া মহিলাৰ মৃত্যু হয় । দুৰ্ঘটনাটোৰ ফলত মহিলাগৰাকীৰ শৰীৰ কেইবাটাও খণ্ডত বিভক্ত হৈ পৰে ৷ পূৰ্বেও উক্ত অঞ্চলত বহুকেইটা দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷
শ্যামল নেওগ  মাৰ্ঘেৰিটা Neindia 

LEAVE A REPLY

Please enter your comment!
Please enter your name here