Monday, March 20, 2023
HomeAssameseমাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ পৰম্পৰাগত ৰাশি বন্ধন পালন

মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ পৰম্পৰাগত ৰাশি বন্ধন পালন

মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ পৰম্পৰাগত ৰাশি বন্ধন পালন

বৃহস্পতিবাৰে তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলি স্থিত ৬৮নং বেটেলিয়ন কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীৰ কেম্পত মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখা আৰু একল অভিযান তিনিচুকীয়া অঞ্চল বৰডুবি মঞ্চৰ উদ্যোগত পৰম্পৰাগত ৰাশি বন্ধন পালন কৰে । মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ মহিলাসকলে কৰ্তব্য খাতিৰত নিজ গৃহত যাব নোৱাৰা চি আৰ পি এফ জোৱানসকলক একোটাকৈ ৰাশি বান্ধি ভাতৃ ভগ্নী সম্বন্ধৰ এনাজৰী অটুট ৰাখি এই উৎসৱ পালন কৰা দেখা পৰিলক্ষিত হয় । মাৰোৱাৰী প্ৰগতি শাখাৰ মহিলা সকলে এই পবিত্ৰ উৎসৱত ভাগ লবলৈ পাই নিজকে ভাগ্যবান বুলি ভাবি জোৱান সকলে যিদৰে দেশ মাতৃ সেৱা কৰি আমাৰ দেশ ৰক্ষা কৰি আহিছে আমাকো নিজৰ ভগ্নী ৰূপে যিকোনো বিপদৰ সময়ত ৰক্ষা কৰিব বুলি আশা প্ৰকাশ কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments