মানকাচৰৰ ভাৰত- বাংলাদেশৰ সীমান্তত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা । মুখ্যমন্ত্ৰীৰ উপস্থিত ভাৰত-বাংলাদেশৰ সীমান্তত পৰিদৰ্শন কৰিছে দুইজন নেতাই । দুৰবীণৰ সহায়ত ভাৰত- বাংলাদেশৰ কিছু পৰিদৰ্শন কৰিবলৈ চেষ্টা কৰিছে ।
News Desk ,Ne India news