Wednesday, May 24, 2023
HomeAssameseমাকুম মেডিকেল কলেজত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

মাকুম মেডিকেল কলেজত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ৰঙালী বিহুৰ আনন্দৰ মাজতে তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰীস্থিত নিৰ্মাণ হৈ থকা মেডিকেল কলেজত বৃহস্পতিবাৰে উপস্থিত হয় স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী কেশৱ মহন্ত,আৰু মেডিকেল কলেজ খনত নিৰ্মাণ হৈ থকা কেন্সাৰ কেন্দ্ৰটোৰ পৰিদৰ্শন কৰি শেহতীয়া কাম-কাজৰ বুজ লয় মন্ত্ৰী জনে,লগতে স্বাস্থ্য মন্ত্ৰী জনৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ স্থানীয় বিধায়ক সঞ্জয় কিষান, তিনিচুকীয়া জিলা উপায়ুক্ত নৰ্ছিং পাৱাৰ প্ৰমুখ্যে কৰি মেডিকেল কলেজ খনৰ নিৰ্মাণৰ দায়িত্ব থকা বহু কেইজন শীৰ্ষ বিষয়া।

ৰন্টু বৰশইকীয়া ,মাকুম, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments