সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াৰ মাকুম মহাবিদ্যালয় ত পৰিবেশ সুৰক্ষা সমিতি অসম আৰু মাকুম মহাবিদ্যালয় ৰ ৰূপালী জয়ন্তী ৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন,বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী হাতত লোৱা হয়।লগতে আজিৰ উক্ত দিৱস তিৰ লগত সংগতি ৰাখি মাকুম মহাবিদ্যালয় ত দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা ৰো আয়োজন কৰা হয়।পুৱাই বৃক্ষ ৰোপন কাৰ্যসূচী ৰ দ্বাৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠান টিৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰি সামৰণি মোৰ হয়।পৰিবেশ সুৰক্ষা সমিতি অসম ৰ কেন্দ্ৰীয় সভাপতি এ উক্ত দিৱস টিৰ উপৰত সাৰুৱা ভাষণ প্ৰদান কৰে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News