মাকুম ছ’টাহাপজানত থকা NRL পেট্ৰ’ল ডিপুৰ সমীপত পথ দুৰ্ঘটনা ।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা দেৱালত খুণ্ডা মাৰে এখন বাহনে ।
AS 03 BC 7043 নম্বৰৰ ব’লেৰ’ পিক-আপ বাহনখন তিনিচুকীয়াৰ পৰা ডুমডুমা দিশলৈ গৈ আছিল ।
কথমপি প্ৰাণ ৰক্ষা চালকৰ লগতে হেণ্ডিমেনৰ|
Read – V-Trans (India) Ltd continues its accelerated drive-into environment sustainability
দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।
মাকুম ছ’টাহাপজানত থকা Varun ফেক্টৰীৰ সন্মূখত সংঘটিত হোৱা দুৰ্ঘটনাটোক ব’লেৰ’ পিক-আপ বাহনখনৰ আগৰ অংশ ক্ষতিসাধন হৈছে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News