Sunday, December 4, 2022
HomeAssameseমাকুমৰ Gudu Studioত চোৰৰ চাফাই অভিযান

মাকুমৰ Gudu Studioত চোৰৰ চাফাই অভিযান

মাকুমৰ Gudu Studioত চোৰৰ চাফাই অভিযান

তিনিচুকীয়া জিলাৰ মাকুমত সংঘটিত হৈছে ইটোৰ পিছত সিটো চুৰি কাণ্ড।আচৰিত ভাবে মাকুম চহৰত বৃদ্ধি পাইছে চুৰি কাণ্ড সমূহ।

মাকুম আৰক্ষী পিয়া পি দি ঘূৰি থকা স্বত্বেও মাকুম চহৰ ত চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই আচলতে কি বুজাব বিচাৰিছে ?

মাকুমৰ Gudu Studioত চোৰৰ চাফাই অভিযান

মাকুম স্থিত গুদ্দু ষ্টুডিঅ ৰ নামক ষ্টুডিঅ খনৰ টিং কাটি চিলিং ভাগি লুটি নিলে ৫০ হাজাৰ টকীয়া কেমেৰা,লগতে লোতি নিলে প্ৰায় ৭ হেজাৰ টকা নগদ ধন।

এতিয়া প্ৰশ্ন উঠে অনবৰতে টিঘিল ঘিলায় ঘূৰি ফুৰা মাকুম আৰক্ষী থকা সত্বেও মাকুম ৰ ৩৭ ন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লাগি থকা আৰু মাকুমৰ ট্ৰেফিক পইন্ট ৰ পৰা কিছু মিটাৰ আঁতৰত থকা দোকান খনত চুৰি কাণ্ড কেনেদৰে সংঘটিত হব পালে ?

এইয়া এক ভাবিব লগীয়া কথা অৰ্থাৎ প্ৰশ্ন উত্থাপন হয়।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments