Sunday, March 26, 2023
HomeAssameseমাকুমৰ ২য় apbn কাষৰ নামঘৰৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনা

মাকুমৰ ২য় apbn কাষৰ নামঘৰৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনা

মাকুমৰ ২য় apbn কাষৰ নামঘৰৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনা

তিনিচুকীয়া মাকুমৰ ২য় apbn কাষৰ নামঘৰৰ সন্মুখত সংঘটিত হৈছে এক দুৰ্ঘটনা। অৰুণাচলৰ পৰা তিনিচুকীয়া দিশে আহি থকা বিলাসী স্কৰ্পিও বাহনৰ ওপৰত বাগৰি পৰিল এডাল গছ। বৰ্তমান উক্ত ঘাই পথ টোত জন বাহনৰ চলাচল স্থগিত হৈ আছে। বাহন খনৰ ভিতৰত থকা কোনো ব্যক্তি হতাহত হোৱা নাই। উক্ত ঘটনা টোৰ সন্দৰ্ভত স্থানীয় ব্যক্তি এজনৰ ভাষ্য আছিল এনেধৰণৰ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments