মাকুমৰ হাপজান ১৩ নং লাইনত যুৱকৰ আত্মহত্যা
মাকুম কলেজ ৰোড লাচিত নগৰ ৰ নিবাসী শংকৰ ৰাওৰ মাকুমৰ হাপজান ১৩ নং লাইনত চিপ লৈ আত্মহত্যা।
উল্লেখযোগ্য যে VDP ৰ সদস্যই জনোৱা অনুসৰি যুৱক গৰাকী অত্যাধিক মদ্য পান কৰিছিল আৰু চিপ লৈ উলমি থকা অৱস্থাত মৃত দেহ টো পৰিলক্ষিত কৰি VDP ৰ সদস্য ই ততা তৈয়া কৈ আৰক্ষীক অৱগত কৰে।
ঘটনাৰ খবৰ পাই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ টো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।বৰ্তমান লৈকে আত্মহত্যাৰ আচল কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তত হে সকলো তথ্য পোহৰলৈ আহিব।
ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News