শুক্ৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড বতাহ ধুমুহাই চলালে তাণ্ডৱ। মাকুম ডিমৰুহোলা,লাংকাছিকে ধৰি বহুকেইখনো গাওঁত আবেলি অহা ধুমুহা জাকৰ ফলত,বাস গৃহ,ভঁৰালৰ ধানকে ধৰি,তামোল-বাঁহ গছ আদিৰ বিস্তুৰ ক্ষতিসাধন কৰে।
অঞ্চলটোত যাতায়ত ব্যৱস্থাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ চিঙি ছিন্ন-বিছিন্ন হৈ পৰাত অঞ্চল কেইটাত বিজুলী ব্যাহত হয় পৰে ।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া,Ne India News