Thursday, March 30, 2023
HomeAssameseমাকুমত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

মাকুমত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

মাকুমত উপস্থিত মন্ত্ৰী ৰণজিৎ দাস

শনিবাৰে তিনিচুকীয়া জিলাৰ মাকুম স্থিত হাপজান উন্নয়ন খণ্ডৰ চৌহদত প্ৰায় ৭৮ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ আধাৰশিলা স্থাপন অনুস্থানত উপস্থিত অসম চৰকাৰৰ পঞ্চায়ত,গ্ৰামোন্নয়ন,আইন আৰু ন্যায়,খাদ্য,অসামৰিক মন্ত্ৰী ৰণজিৎ দাস।
মন্ত্ৰী জনৰ সৈতে উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন,ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পাৱাৰ।
গায়ন-বায়নেৰে ৰাজ্যিক মন্ত্ৰী জনক আদৰাৰ লগতে জাতীয় সংগীতৰে এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments