মাকুমত আম আদমী পাৰ্টীৰ যোগদান কাৰ্যসূচী
সোমবাৰে তিনিচুকীয়া জিলাৰ মাকুম স্থিত প্ৰাৰ্থনা ভৱনত আম আদমী পাৰ্টীৰ এক বৃহৎ সদস্য যোগদান কাৰ্যসূচী অনুস্থিত হয়।
উক্ত অনুস্থানত আম আদমী পাৰ্টীৰ উওৰ পূবৰ সমন্বয়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সমন্বয়ক মনোজ ধানোৱাৰ প্রমূখ্য কৰি দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববীয়াই এই যোগ দান কাৰ্যসূচীত উপস্থিত থাকে ।
উল্লেখযোগ্য যে, সোমবাৰে এই যোগদান কাৰ্যসূচীত প্রায় ২৫০ গৰাকিতকৈও অধিক পুৰুষ মহিলাই আপত যোগদান কৰে ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News