মাইনা নায়ক ৰ প্ৰসংগত বিস্ফোৰক মন্তব্য আম আদমি পাটিৰ
মাইনা নায়ক ৰ প্ৰসংগত বিস্ফোৰক মন্তব্য আম আদমি পাটিৰ ৰাজ্যিক যুটিয়া সমন্বয়ক মনোজ ধানোৱাৰৰ-
“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কে ধৰি আন আন বিজেপি নেতাৰ লগত লেপেটকটা চাহ বাগিচা ৰ মালিক ৰুদ্ৰ চেটাৰ্জীৰ সু সম্পৰ্ক থকাৰ বাবেই মাইনা নায়কক ক্ষতি পুৰণ দিয়াত ভেকোভাওনা কৰা হৈছে ।”
“চাহ শ্ৰমিকক বৃটিছ দিনীয়া শোষন আৰু পুঁজিপতি ক ৰক্ষনাবেক্ষন দিয়া নীতি চলাইছে বিজেপিয়ে ।”
তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ আম আদমী দলৰ ।
লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষই মাইনা নায়ক ৰ প্ৰসংগত শ্ৰম আয়ুক্ত ক পত্ৰ প্ৰেৰণ কৰাত , এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰে ।
ৰণ্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News