Monday, March 27, 2023
HomeAssameseমহাৰাষ্ট্ৰ বিধানসভাত আজি একনাথ সিন্ধেৰ অগ্নিপৰীক্ষা

মহাৰাষ্ট্ৰ বিধানসভাত আজি একনাথ সিন্ধেৰ অগ্নিপৰীক্ষা

মহাৰাষ্ট্ৰ বিধানসভাত আজি একনাথ সিন্ধেৰ অগ্নিপৰীক্ষা

মহাৰাষ্ট্ৰ বিধানসভাত সোমবাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্ধেই সন্মুখীন হব অগ্নিপৰীক্ষাৰ । ৰাজ্যপালৰ আদেশ অনুসৰি বিধানসভাৰ দুই দিনীয়া বিশেষ অধিবেশনৰ অন্তিম দিনটোত একনাথ সিন্ধে সন্মুখীন হব ফ্লোৰ টেষ্টৰ । ফ্লোৰ টেষ্টত একনাথ সিন্ধেই প্ৰমাণ কৰিব লাগিব তেওঁ‌ৰ চৰকাৰ সংখ্যাগৰিষ্ট চৰকাৰ ।
দিনৰ ১১ বজাত অনুষ্ঠিত হব ফ্লোৰ টেষ্ট ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments