মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন মোৰ ! একনাথ সিন্ধে হব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

9

মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন মোৰ ! একনাথ সিন্ধে হব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

সকলো জল্পনা কল্পান , অনুমান , ভবিয্যৎবাণীক একাষৰীয়া কৰি মহাৰাষ্ট্ৰ ৰাজনীতিত বিজেপিৰ মাষ্টাৰ-ষ্টোক ।
ৰাজ্যপাল ভগত সিঙ কোচিয়াৰীক সাক্ষাৎ ৰ পিচতে দেবেন্দ্ৰ ফাৰ্ডনদিজ আৰু একনাথ সিন্ধেই যুটীয়া ভাৱে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত সকলোকে আচৰিত কৰি দেবেন্দ্ৰ ফাৰ্ডনদিজে মুখ্যমন্ত্ৰী হিচাপে নাম প্ৰস্তাৱ কৰে একনাথ সিন্ধেৰ । মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লব একনাথ সিন্ধে ।

National Desk , Ne India Desk

LEAVE A REPLY

Please enter your comment!
Please enter your name here