মমতাৰ দুৰ্গত অমিত শ্বাহৰ হুংকাৰ

0
833
National Desk NE INDIA : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পশ্চিমবংগৰ জনসভাত অংশগ্ৰহণ ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত  শ্বাহে জনসভাখনত কয় যে যদিহে মমতাক ওফৰাব নোৱাৰে তেতিয়া হ’লে ১৯ খন ৰাজ্যত চৰকাৰ গঠন কৰাতো অৰ্থহীন ৷লগতে  ৰাষ্ট্ৰীয় সভাপতিজনে  কয় যে আমাৰ এই ৰেলীখন বাধা দিয়াৰ বাবে তৃণমূল অৰ্থাৎ মমতাই বহুতো শক্তি প্ৰদান কৰিছে। এই ৰেলী হোৱাটো মমতাই বিচৰা নাছিল । মমতা বেনাৰ্জীয়ে NRCৰ বিৰুদ্ধাচৰণ কৰাৰ মূলতে হৈছে অসমৰ পৰা বিদেশী বহিষ্কাৰ হব নালাগে। কাৰণ বিদেশীসকল হৈছে তেওঁলোকৰ ভোটবেংক। অন্যহাতে পশ্চিমবংগৰ জনসভাত ঠাই পালে অসমৰ NRC প্ৰসংগই ৷ ৰাষ্ট্ৰীয় সভাপতিজনে কয় যে NRC ৰ প্ৰক্ৰিয়া বন্ধ নহয় ৷ পশ্চিমবংগতো  হ’ব লাগে  NRC ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here