মন্ত্ৰী সঞ্জয় কিষানৰ মন্তব্যক লৈ আলফা (স্বা)ই মন্ত্রী গৰাকীক ক্ষমা খোজাৰ দাবী কৰাৰ পিছতে প্ৰতিক্ৰিয়া মন্ত্ৰী সঞ্জয় কিষানৰ ।
মন্ত্ৰী গৰাকীৰ মন্তব্যৰ বাবে আলফা সেনাধক্ষ্য পৰেশ বৰুৱাই মনত আঘাট পোৱাৰ বাবে মন্ত্ৰীগৰাকী দুষিত বুলি মন্তব্য কৰাৰ লগতে সকলোকে সমিলমিলেৰে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ আহ্বান মন্ত্ৰী গৰাকীৰ ।
আলফাই ২৪ ঘন্টাৰ ভিতৰত মন্ত্ৰী গৰাকীয়ে ক্ষমা খোজাৰ দাবী জনোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে উক্ত সময়সীমাৰ ভিতৰতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News