মধ্যপ্ৰদেশৰ ধাৰ জিলাত ভয়াবহ দুৰ্ঘটনা ! মৃত্যু ১৩

7

মধ্যপ্ৰদেশৰ ধাৰ জিলাত ভয়াবহ দুৰ্ঘটনা ! মৃত্যু ১৩

মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ সংঘটিত হৈছে এক ভয়াবহ দুৰ্ঘটনা । ইন্দোৰৰ পৰা পুণেলৈ যোৱা মহাৰাষ্ট্ৰ ৰোডৱেজৰ যাত্ৰীবাহী বাছ এখন খলঘাট অঞ্চলৰ এখন দলঙৰ পৰা নৰ্মদা নদীত পৰি যায় । বাছ খনত ৫০ ৰ পৰা ৫৫ গৰাকী যাত্ৰী আছিল । দুৰ্ঘটনাটোত মৃত্যু হৈছে ১৩ গৰাকী লোকৰ । জীৱন্তে উদ্ধাৰ কৰা হৈছে ১৫ গৰাকী লোক । ইতিমধ্যে ১৩ টা শৱদেহ উদ্ধাৰ কৰিছে , উদ্ধাৰকাৰী দলে । বৰ্তমানেও কেবাগৰাকীও যাত্ৰী নিখোজ হৈ আছে । ৰবিবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here