Tuesday, March 21, 2023
HomeAssameseমথুৰাৰ Shri Krishna Janambhumi বিবাদ! আদালতে দিলে গুৰুত্বপুৰ্ণ আদেশ

মথুৰাৰ Shri Krishna Janambhumi বিবাদ! আদালতে দিলে গুৰুত্বপুৰ্ণ আদেশ

মথুৰাৰ Shri Krishna Janambhumi বিবাদ! আদালতে দিলে গুৰুত্বপুৰ্ণ আদেশ

মথুৰাৰ ভগৱান শ্ৰীকৃষ্ণ জনমভুমি গোচৰৰ ক্ষেত্ৰত সোমবাৰে এলাহদাবাদ উচ্চ ন্যায়লয়ে এক গুৰুত্বপুৰ্ণ আদেশ জাৰি কৰে ।
বেনাৰসৰ জ্ঞানব্যাপী মজজিদৰ দৰে মথুৰা শ্ৰীকৃষ্ণ জনমভুমি পৰিসৰত জৰীপৰ লগতে ভিডিওগ্ৰাফী, ফটোগ্ৰাফী কৰাৰ আদেশ জাৰি কৰে ।

read more-জ্ঞানব্যাপী গোচৰ ! ASI ৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ আবেদন হিন্দু পক্ষৰ

জৰীপৰ প্ৰতিবেদন ৪ মাহৰ ভিতৰত দাখিল কৰিব লাগিব অনুসন্ধানকাৰী দলে 

এলাহদাবাদ উচ্চ ন্যায়লয়ৰ জাষ্টিছ পিয়ুষ আগৰৱালাই জাৰি কৰিছে এই আদেশ ।
মথুৰাৰ শ্ৰীকৃষ্ণ জনমভুমিৰ জৰীপৰ বাবে উচ্চ ন্যায়লয়ৰ এগৰাকী জেষ্ট্য অধিবক্তাক কমিচনাৰ আৰু আন দুগৰাকী আধিবক্তাক সহায়ক কমিচনাৰ হিচাপে নিযুক্তি দিয়া হব ।
এই জৰীপৰ সময়ত বাদী-প্ৰতিবাদী দুয়োপক্ষই উপস্থিত থাকিব পাৰিব ।


উল্লেখ্য যে , মণিষ যাদৱ নামৰ এগৰাকী ব্যক্তিয়ে শ্ৰীকৃষ্ণ জনমভুমিৰ বিবাদিত স্থানৰ বৈজ্ঞানিক জৰীপ আৰু জৰীপৰ বাবে কমিচনাৰ নিযুক্তি দিবলৈ মথুৰাৰ জিলা আদালত আবেদন জনাইছিল । এবছৰ পুৰ্বে দাখিল কৰা আবেদনৰ শুনানীত বিলম্ব হোৱাত , এই শুনানী শিঘ্ৰে সমাপ্ত কৰাৰ বাবে মণিষ যাদৱে এলাহাদাবাদ উচ্চ ন্যায়লয়ত আবেদন জনাইছিল ।

National Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments