মণিপুৰৰ ইম্ফলত প্ৰচণ্ড বিস্ফোৰণ
প্ৰচণ্ড বিস্ফোৰণত কঁপিল মণিপুৰৰ ইম্ফল।
মণিপুৰ ৰাজধানী ইম্ফলত বোমা বিস্ফোৰণ। পশ্চিম ইম্ফলৰ নাগামপাল RIMS ৰোডত সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণত আহত হয় এটি শিশু। প্ৰত্যক্ষদৰ্শীৰ মতে, পুৱা প্ৰায় ৪:৫৫ বজাত সংঘটিত হয় এই বিস্ফোৰণ।

IED বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক।
News desk,NE India