মণিপুৰত  ১৫ জুলাইলৈ বৃদ্ধি কৰিলে ল’কডাউন

0
156
N Biren Singh

মণিপুৰত  ১৫ জুলাইলৈ বৃদ্ধি কৰিলে ল’কডাউন

মণিপুৰত ক’ৰনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ১৫ জুলাইলৈ ল’কডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে।ইয়াৰ পূৰ্বে মণিপুৰত  ৩০ জুনলৈ ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল।
বৰ্তমানলৈ  মণিপুৰত  ১,১৮৫ গৰাকী লোক ক’ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।বৰ্তমান মণিপুৰৰ বিভিন্ন চিকিৎসালয়ত ক’ৰনা আক্ৰান্ত ৰোগী সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।
মুখ্য মন্ত্ৰী বীৰেণ সিঙে ল’কডাউনৰ সময়ছোৱাত ৰাজ্যৰ সকলো লোককে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনায়।
News Desk,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here