মণিপুৰত পুনৰ লকডাউনৰ সম্ভাৱনা !

0
172

মণিপুৰত পুনৰ লকডাউনৰ সম্ভাৱনা !

ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰ বাবে চিন্তাত পৰিছে মণিপুৰ চৰকাৰ ।ক’ৰনা সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা দেখি চিন্তিত হৈ মণিপুৰ চৰকাৰে ৰাজ্যখনত পুনৰ এবাৰ লকডাউন ঘোষণা কৰাৰ চিন্তা-চৰ্চা কৰিছে ।সোমবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে এই সন্দৰ্ভত কয় , কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰি থকা হৈছে।
বিগত কিছু দিনৰ পৰা কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এয়া চিন্তনীয় বুলি মন্তব্য কৰে।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here