মঙ্গলদৈ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মঙ্গলদৈ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন কৰিলে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে পৰিদৰ্শন কৰিলে ননৈ আৰু ছিঙা মাথাউৰী ।
প্ৰকৃতিৰ তাণ্ডব দেখি বিচ্যুতি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বানপানীৰ পিছতে ছিঙা মাথাউৰী সমূহ মেৰামতি কৰাৰ আশ্বাস ।
স্থানীয় কৃষকৰ অভিযোগ শুনি বুকত আকোঁৱালিলৈ বান্ধ বন্ধাৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
স্থানীয় সাংবাদিকৰ বোকাত পোত খোৱা চেন্দেল উঠাই দিব ওলাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
বৰ আঠিয়াবাৰী ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ ৷ এই শাকতোলা মাঠাউৰি পকীকৰণৰ জৰিয়তে যাতায়তৰ সু-ব্যবস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News