মঙ্গলদৈ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

10

মঙ্গলদৈ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙ্গলদৈ শাকতোলা নদীৰ ভঙা মথাউৰি পৰিদৰ্শন কৰিলে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পৰিদৰ্শন কৰিলে ননৈ আৰু ছিঙা মাথাউৰী ।

প্ৰকৃতিৰ তাণ্ডব দেখি বিচ্যুতি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বানপানীৰ পিছতে ছিঙা মাথাউৰী সমূহ মেৰামতি কৰাৰ আশ্বাস ।

স্থানীয় কৃষকৰ অভিযোগ শুনি বুকত আকোঁৱালিলৈ বান্ধ বন্ধাৰ আশ্বাস দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

স্থানীয় সাংবাদিকৰ বোকাত পোত খোৱা চেন্দেল উঠাই দিব ওলাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

বৰ আঠিয়াবাৰী ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ ৷ এই শাকতোলা মাঠাউৰি পকীকৰণৰ জৰিয়তে যাতায়তৰ সু-ব্যবস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here