Wednesday, May 31, 2023
HomeAssameseমঙ্গলদৈ পৌৰ সভাৰ আজি শপত গ্ৰহণ

মঙ্গলদৈ পৌৰ সভাৰ আজি শপত গ্ৰহণ

মঙ্গলদৈ,ৰ নব নিৰ্বাচিত খণ্ড আয়ুক্ত সকলে মঙ্গলদৈ পৌৰ সভাৰ সভা গৃহত শপত গ্ৰহণ কৰে ।
এই শপত গ্ৰহণ অনুষ্ঠানত মঙ্গলদৈ সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলিপ শইকীয়া, প্ৰাক্তন বিধায়ক তথা মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে সমুহ ৰাইজৰ উপস্থিতিত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ য়ায়।

পংকজ সৰকাৰ ,মঙ্গলদৈ ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments