Tuesday, May 30, 2023
HomeAssameseমঙ্গলদৈ পুনিয়াত মৃতদেহ উদ্ধাৰ

মঙ্গলদৈ পুনিয়াত মৃতদেহ উদ্ধাৰ

মঙ্গলদৈ পুনিয়াত মৃতদেহ উদ্ধাৰ
ননৈ নদীৰ পানীৰ জুৱলীত উদ্ধাৰ এটি মৃতদেহ।
মৃতদেহতোৰ ডিঙিত এখন গা
মোচা বন্ধা আছিল।
মৃত ব্যক্তি জনৰ পৰিচয় এতিয়ালৈ জানিব পৰা নাই।
বৰ্তমান মৃতদেহটো মঙ্গলদৈৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখি থৈছে মঙ্গলদৈ আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments