Home Assamese মঙ্গলদৈত মহিলা নামাজ ! পুৰুষ নামাজীৰ সৈতে নামাজ আদা কৰিলে মহিলা সকলে

মঙ্গলদৈত মহিলা নামাজ ! পুৰুষ নামাজীৰ সৈতে নামাজ আদা কৰিলে মহিলা সকলে

95

মঙ্গলদৈত মহিলা নামাজ ! পুৰুষৰ নামাজীৰ সৈতে নামাজ আদা কৰিলে মহিলা সকলে

আজি পবিত্ৰ ঈদৎযোহা।
আজি সকলো ইছলাম ধৰ্মালম্বী লোকে পালন কৰিছে পবিত্ৰ ঈদ । পবিত্ৰ ঈদৰ দিনটোত দৰং জিলাৰ সদৰ মঙলদৈত দেখিবলৈ পোৱা গল মহিলা নামাজ ।পুৰুষৰ সমানে ওলাই আহিল মহিলা সকলো ।
মঙলদৈৰ বান্দিয়া ঈদগাহ ময়দানত মহিলা সকলে সমূহীয়া ভাবে নামাজত অংশগ্ৰহণ। পুৰুষৰ ধৰ্মান্ধতা আতৰাই পুৰুষৰ নামাজীৰ সৈতে একেলগে নামাজ আদা কৰিলে মহিলা সকলেও। এই বন্দীয়া অঞ্চলত বিগত বছৰ সমূহৰ দৰে এইবাৰো ঈদৰ দিনটোত সমূহীয়া ভাবে নামাজ আদা কৰে মহিলা সকলে।
মঙ্গলদৈৰ বান্দিয়া গাঁৱৰ বান্দিয়া ইদগাহ ময়দানত দহ খন গাঁৱৰ মহিলাই 1998 চনৰ পৰা প্ৰতি বাৰৰ দৰে এইবাৰো ঈদ উপলক্ষে মহিলা সকলে নামাজত অংশগ্ৰহণ কৰে ।
বাঘপৰি, অগলাচৰ, মধুচৰ, বান্দিয়াকে ধৰি প্ৰায় দহ খন গাৱঁৰ মহিলাকলে একেলগে পৰ্দাৰ মাজত নামাজ আদা কৰা দেখা গল।

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here