Sunday, March 19, 2023
HomeAssameseমঙ্গলদৈত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ প্ৰতিবাদী কাৰ্যসূচী

মঙ্গলদৈত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ প্ৰতিবাদী কাৰ্যসূচী

মঙ্গলদৈত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ প্ৰতিবাদী কাৰ্যসূচী

মঙ্গলদৈ সনাতন ধৰ্মসভাৰ পৰা বাহিৰ কৰে এই কাৰ্যসূচী

ইছলামিক সংগঠন ওপৰত প্ৰত্যাক্ৰমন কৰাৰ হুংকাৰ বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ।

ইছলামিক সংগঠনৰ পুত্তলিকা দাহ, শ্লোগানেৰে এই প্ৰতিবাদ।

ৰাজস্থানৰ উদয়পুৰত দিনৰ দূপৰতে হিন্দু দৰ্জীক হত্যা কৰাৰ প্ৰতিবাদ

ইছলামিক আতংকবাদী সংগঠন ওপৰত জাঙুৰ খাই উঠিল এইবাৰ দৰং জিলা বিশ্ব হিন্দু পৰিষদৰ বজৰংগ দল।

প্ৰতিবাদত মঙ্গলদৈ আৰক্ষীৰ বাধাৰ বাবে যাব নোৱাৰিলে নিৰ্ধাৰিত স্থানলৈ।

পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments