মঙলবাৰে পুৱা  দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

0
352
Narendra Damodardas Modi

মঙলবাৰে পুৱা  দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

মঙলবাৰে ৰাতিপুৱা ১০ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।মঙলবাৰে যিহেতু দেশৰ অন্ত পৰিব ২১ দিনীয়া লকডাউন। গতিকে পিছৰ পৰ্যায়ৰ লকডাউনৰ সন্দৰ্ভত কৰিব পাৰে বিশেষ ঘোষণা।
News Desk, Ne India.

LEAVE A REPLY

Please enter your comment!
Please enter your name here