মঙলদৈ মনপুৰ পথাৰত অঘটন ! মৃত্যু মুখত পৰিছে চৰাই-চিৰিকতি , মাছ
মঙলদৈ মনপুৰ পথাৰত অঘটন ৷
মঙলদৈ চহৰৰ দাতিকাষৰীয়া মনপুৰ পথাৰত তেল ৷
মৃত্যু মুখত পৰিছে চৰাই-চিৰিকতি , মাছ
পানীত মিহলি কোনো তেল জাতীয় দ্ৰব্য ৷
সংস্থাপন কৰিব বিচৰা তেল ডিপোৰ পৰা তেল জাতীয় দ্ৰব্য ওলোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

মঙলদৈ চহৰৰ দাতিকাষৰীয়া মনপুৰ পথাৰত তেল ৷ বৰষুণৰ ফলত অৰ্ধনিৰ্মিত তেল ট্ৰেংকাৰৰ পৰা ওলোৱা তেল জাতীয় দ্ৰব্যই অনিষ্ট সাধন কৰিছে প্ৰাকৃতিক পৰিবেশত ৷
পানীত মিহলি কোনো তেল জাতীয় দ্ৰব্যৰ বাবে মৃত্যু মুখত পৰিছে পথাৰ খনত বাসকৰা চৰাই-চিৰিকতিৰ লগতে মাছ ৷
দায়িত্ব জ্ঞানহীন ভাবে তেলডিপো অৰ্ধনিৰ্মিত কৰি ৰখাৰ ফলত এইদৰে চৰাই-চিৰিকতি মৃত্যু মুখত পৰিলে বুলি ক্ষোভ প্ৰকাশ প্ৰকৃতি প্ৰেমীৰ ৷