মঙলদৈ মনপুৰ পথাৰত অঘটন ! মৃত্যু মুখত পৰিছে চৰাই-চিৰিকতি , মাছ

8

মঙলদৈ মনপুৰ পথাৰত অঘটন ! মৃত্যু মুখত পৰিছে চৰাই-চিৰিকতি , মাছ

মঙলদৈ মনপুৰ পথাৰত অঘটন ৷

মঙলদৈ চহৰৰ দাতিকাষৰীয়া মনপুৰ পথাৰত তেল ৷

মৃত্যু মুখত পৰিছে চৰাই-চিৰিকতি , মাছ

পানীত মিহলি কোনো তেল জাতীয় দ্ৰব্য ৷

সংস্থাপন কৰিব বিচৰা তেল ডিপোৰ পৰা তেল জাতীয় দ্ৰব্য ওলোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

মঙলদৈ চহৰৰ দাতিকাষৰীয়া মনপুৰ পথাৰত তেল ৷ বৰষুণৰ ফলত অৰ্ধনিৰ্মিত তেল ট্ৰেংকাৰৰ পৰা ওলোৱা তেল জাতীয় দ্ৰব্যই অনিষ্ট সাধন কৰিছে প্ৰাকৃতিক পৰিবেশত ৷

পানীত মিহলি কোনো তেল জাতীয় দ্ৰব্যৰ বাবে মৃত্যু মুখত পৰিছে পথাৰ খনত বাসকৰা চৰাই-চিৰিকতিৰ লগতে মাছ ৷

দায়িত্ব জ্ঞানহীন ভাবে তেলডিপো অৰ্ধনিৰ্মিত কৰি ৰখাৰ ফলত এইদৰে চৰাই-চিৰিকতি মৃত্যু মুখত পৰিলে বুলি ক্ষোভ প্ৰকাশ প্ৰকৃতি প্ৰেমীৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here