মঙলদৈ পিপিৰা দোকান ডলিবাৰিত দুৰ্ঘটনা

55

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা ৷

বৃহস্পতিবাৰে নিশা মঙলদৈ পিপিৰা দোকান ডলিবাৰিত দুৰ্ঘটনা ৷

ট্ৰাক এখনে মহতিয়ালে বাইক আৰোহীক ৷

থিতাতে নিহত এজন ৷

নিহত ব্যক্তি জন টুলচি বে

টুলচি বে ছিপাঝাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল ৷

মঙলদৈ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি নিহত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here