১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা ৷
বৃহস্পতিবাৰে নিশা মঙলদৈ পিপিৰা দোকান ডলিবাৰিত দুৰ্ঘটনা ৷
ট্ৰাক এখনে মহতিয়ালে বাইক আৰোহীক ৷
থিতাতে নিহত এজন ৷
নিহত ব্যক্তি জন টুলচি বে
টুলচি বে ছিপাঝাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল ৷
মঙলদৈ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি নিহত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷