Saturday, March 25, 2023
HomeAssameseমঙলদৈত সম্প্ৰীতিৰ মহোৎসৱ

মঙলদৈত সম্প্ৰীতিৰ মহোৎসৱ

মঙলদৈ ৮নং ওৱাৰ্ডত সম্প্ৰীতিৰ অনুষ্ঠান ব’হাগী বিদায় আৰু ঈদ মহোৎসৱ ৷

সম্প্ৰীতিৰ অনুষ্ঠানত সমাবেশ হ’ল বিভিন্ন জাতি জনজাতিৰ সংস্কৃতি ৷

সাংস্কৃতিক শোভাযাত্ৰাত দেখাগ’ল বিভিন্ন কৃষ্টি সংস্কৃতি ৷

হিন্দু আৰু মুছলমানৰ মিলন স্থলিত পৰিণত হ’ল সম্প্ৰতিৰ শোভাযাত্ৰাত ৷ মঙলদৈ ৮নং ওৱাৰ্ডৰ হিন্দু আৰু খিলঞ্জীয়া গৰিয়া-মৰিয়াই একেলগে আয়োজন কৰিলে ব’হাগী বিদায় আৰু ঈদ মহোৎসৱ ৷ অনুস্থানৰ লগত সংগতি ৰাখি উলিয়ালে সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শোভাযাত্ৰাত দেখাগ’ল বিভিন জাতিজনজাতিৰ সংস্কৃতি ৷

পংকজ সৰকাৰ,মঙ্গলদৈ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments