Wednesday, March 22, 2023
HomeAssameseমঙলদৈত গৰাখহনীয়াই হাহাঁকাৰ দেখুৱাইছে গেৰিমাৰী অঞ্চলত

মঙলদৈত গৰাখহনীয়াই হাহাঁকাৰ দেখুৱাইছে গেৰিমাৰী অঞ্চলত

মঙলদৈত গৰাখহনীয়াই হাহাঁকাৰ দেখুৱাইছে গেৰিমাৰী অঞ্চলত

মঙলদৈ নদীৰ বানপানীৰ পিচত গৰাখহনীয়াই হাহাঁকাৰ দেখুৱাইছে গেৰিমাৰী অঞ্চলত ৷

কেমেৰাৰ সন্মুখতে জাহগ’ল কেইবাটাও ঘৰ ৷

গৰাখহনীয়াত জাহ গ’ল কেইবাটাও ঘৰ ৷

হাহাঁকাৰ মঙলদৈ নৈ পৰিয়া ৰাইজৰ ৷

গৰাখহনীয়াই লৈ গ’ল সপোনৰ ঘৰখন ৷

মঙলদৈ নদীৰ বানপানীৰ পিচত গৰাখহনীয়াই হাহাঁকাৰ দেখুৱাইছে গেৰিমাৰী অঞ্চলত ৷ মঙলদৈ নৈৰ গৰাখহনীয়াত জাহ বহুলোকৰ ঘৰ ৷ ঘৰবাৰী এৰি আশ্ৰয় শিবিৰত যাবলৈ বাধ্য এই সকল লোক ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments