Saturday, March 18, 2023
HomeAssameseমঙলদৈত অবৈধ সুৰা জব্দ

মঙলদৈত অবৈধ সুৰা জব্দ

মঙলদৈ আৰক্ষীৰ বৃহৎ সফলতা ।
জব্দ কৰিলে অৰুণাচলী সুৰা ।
১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ সুৰাভৰ্তি ট্ৰাকখন ।
ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ধাবাৰ ওচৰৰ পৰা জব্দ ট্ৰাকখন ।
পলায়ন ট্ৰাকখনৰ চালকৰ ।
মঙলদৈৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া মুকুট কাকতি আৰু যানবাহন শাখাৰ নিৰীক্ষক গকুল ডেকাৰ নেতৃত্বত চলিছিল অভিযান ।
উদ্ধাৰ হোৱা অৰুণাচলী সুৰাখিনিৰ অনুমানিক বজাৰ মুল্য ১০ লাখ টকা ।

পংকজ সৰকাৰ , মঙলদৈ , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments