ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

0
105

ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

ক’ৰনাৰ আতংকৰ মাজতে এক মৃদু ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ আৰু নাগালেণ্ড ।শনিবাৰে পুৱা ৬.৫৪ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ২.৮ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ নাগালেণ্ড ডিমাপুৰৰ পৰা প্ৰায় ৭৭ কি:মি: দূৰত্বত ।
এই ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।সঘনাই হোৱা ভূমিকম্পই চিন্তিত কৰিছে সকলোকে ।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here